Limited Time Offer | Get 2 Months For $1 Claim Offer

[Assamese] - Aadim ripu


Unabridged Audiobook

Listen Free Now
  • Listen free with a 30-day free trial
  • Choose 2 bonus VIP books
  • Enjoy 10,000 always free books
Ratings
Book
Narrator
Release Date
March 15, 2023
Duration
2 hours 55 minutes
Summary
অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকা। তেখেতৰ প্ৰায়খিনি গ্ৰন্থতেই সততে দেখা যায় ৰহস্যৰ প্ৰয়োভৰ। তেনে এখনি গ্ৰন্থ 'আদিম ৰিপু'। কাহিনী গতি কৰিছে, ডকাইতিৰ দৰে কুকৰ্মক বৃত্তি হিচাপে লৈ জীৱন যাপন কৰা বীৰুৰ ঘটনাৰাজি লৈ। মৃত্যুসম বহু কষ্টকো নেওচি জীয়াই থাকে বীৰু। প্ৰতাপী ডকাইত বীৰু বাটৰ খোজনীয়া হোৱালৈকে এক মননশীল কাহিনী।

এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে শুনিব লাগিব 'ষ্টৰীটেল'ত উপলব্ধ ৰঞ্জু হাজৰিকাৰ উপন্যাস 'আদিম ৰিপু'। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।
Listen Free Now Get any book plus
2 bonus VIP books
1 book added to cart
Subtotal
$3.99
View Cart