Get 3 audiobooks free with a 30-day Free Trial
Sign Up Free
Loading...
Welcome
Sign up
Login
Browse Books
Deals
VIP
Gifts
0
Loading...
Play Sample
[Assamese] - Aghari Aatmar Kahini
Author:
চৈয়দ আব্দুল মালিক
Read by:
আইচেংফা বৰুৱা
Read
Read
Own
Own
Unabridged Audiobook
Listen Free Now
Listen free with a 30-day free trial
Choose 2 bonus VIP books
Enjoy 10,000 always free books
Add to Cart - $7.99
Remove from Cart
Give as a gift
Ratings
Book
Narrator
Release Date
December 18, 2021
Duration
5 hours 54 minutes
Summary
ছৈয়দ আব্দুল মালিক। সঁচাই যেন তেখেত অসমীয়া সাহিত্য জগতখনৰেই 'মালিক'! তেখেত স্বপ্নদ্ৰষ্টা। 'অঘৰী আত্মাৰ কাহিনী' শীৰ্ষক উপন্যাসখনি মালিকদেৱৰ এক অনুপম সৃষ্টি। মূল চৰিত্ৰ শশাংকই হওক বা অপৰাজিতাই হওক বা মৃগাংকই হওক, এই সকলোৰে সামাজিক একো একোটা সুন্দৰ পৰিচয় থাকিলেও যেন চৰিত্ৰবোৰৰ স্থায়ী আশ্ৰয় নাই। তেওঁলোকৰ আত্মাবোৰ, মনবোৰ যেন অঘৰী। হাবাথুৰি খাই বিচাৰি ফুৰিছে মনৰ আশ্ৰয়কণ, মানসিক শান্তিকণ। একো একোটা মুখা পিন্ধি যেন চৰিত্ৰবোৰে মাথো জীৱনৰ কৰ্তব্য বোৰহে পালন কৰি গৈ আছে। ব্যক্তিগত ইচ্ছা-অনিচ্ছা, আশা-প্ৰত্যাশাবোৰ সমীৰণ, অপৰা, শশাংকহঁতে যেন বহু আগতেই জলাঞ্জলি দিলে। তেওঁলোকৰ আত্মাবোৰ অতৃপ্ত। অঘৰী! 'অঘৰী আত্মাৰ কাহিনী'ত ছাঁয়াই নাজানে তাইৰ পিতৃ কোন, মাতৃ কোন। পৰিচয়হীনতাই তাইৰ পৰিচয়! এই গ্লানিৰ ভাৰ সহিব নোৱাৰি তাই স্বেচ্ছাৰেই আঁতৰি গ'ল পৃথিৱীৰ পৰা- তাই আত্মহত্যা কৰিলে। উপন্যাসখনিৰ প্ৰতিটো চৰিত্রই যেন এটি এটি অঘৰী আত্মা।
Browse By Category
Literature
>
Literary Fiction
[Assamese] - Aghari Aatmar Kahini
Author:
চৈয়দ আব্দুল মালিক
Read by:
আইচেংফা বৰুৱা
Add to Cart - $7.99
Remove from Cart
Listen Free Now
Get any book plus
2 bonus VIP books
1 book added to cart
[Assamese] - Aghari Aatmar Kahini...
চৈয়দ আব্দুল মালিক
Subtotal
$7.99
View Cart
Continue Browsing
~~title~~
Back
Next
~~carousel-body~~
~~book-title~~
~~author-single-string~~
~~tag-text~~
© Copyright 2011 - 2026 Storytel Audiobooks USA LLC. All Rights Reserved.