Get 3 audiobooks free with a 30-day Free Trial Sign Up Free

[Assamese] - Bordeuta Ahibor Dina


Unabridged Audiobook

Listen Free Now
  • Listen free with a 30-day free trial
  • Choose 2 bonus VIP books
  • Enjoy 10,000 always free books
Ratings
Book
Narrator
Release Date
January 10, 2021
Duration
0 hours 44 minutes
Summary
সৰু ল'ৰাটোৱে চহৰৰ পৰা অহা বৰদেউতাকলৈ অপাৰ আগ্ৰহেৰে ৰৈ থাকে। বৰদেউতাকৰ স্কুটাৰখন তাৰ অনন্ত কৌতুহলৰ উৎস। গাঁৱত কাৰো স্কুটাৰ নাই। বৰদেউতাকৰ স্কুটাৰৰ পাচফালে উঠি সি সমনীয়াৰ আগত গৌৰৱ কৰিব আৰু টাউনলৈ ফুৰিবলৈ যাব- এনে কিছু সপোনে অকমানি ল'ৰাটোক স্বপ্নবিভোৰ কৰি ৰাখে। বৰদেউতাক আহিলেই সি সপোন দেখে। পিছে ইমান সৰল নে বৰদেউতাকৰ পৃথিৱীখন? মণিকা দেৱীৰ গল্পই পাঠক-শ্ৰোতাৰ অন্তৰৰ সৰলতম অংশক জোকাৰি যায়। তাতোকৈ অদ্ভুত কথাটো হ'ল যে নিম্ন-মধ্যবিত্তিয় জটিলতাত সোমাই থাকিও চৰিত্ৰসমূহৰ সৰলতা হেৰাই নাযায়। 'বৰদেউতা আহিবৰ দিনা' শুনোঁ আহক।
Browse By Category
Listen Free Now Get any book plus
2 bonus VIP books
1 book added to cart
Subtotal
$3.99
View Cart