Limited Time Offer | Get 2 Months For $1 Claim Offer

[Assamese] - Dohonot mrityu bhoyonkor


Unabridged Audiobook

Listen Free Now
  • Listen free with a 30-day free trial
  • Choose 2 bonus VIP books
  • Enjoy 10,000 always free books
Ratings
Book
Narrator
Release Date
May 9, 2022
Duration
4 hours 13 minutes
Summary
আমাৰ জীৱনত এনে কিছুমান ঘটনা ঘটে, যিবোৰৰ কোনো যুক্তিসংগত কাৰণ বিচাৰি নাপাওঁ। যি ঘটিছে তাক প্ৰকাশ্যে স্বীকাৰ কৰিব নোৱাৰিলেও, সেইয়া কেনেকৈ ঘটিল তাক অস্বীকাৰ কৰিব নোৱাৰি। এখন সাধাৰণ কিতাপৰ বাবে মানুহৰ মৃত্যু হ'ব পাৰে নে? পাৰে নে এখন কিতাপে মানুহক হত্যা কৰিব? যদি পাৰে, তেন্তে কেনেকৈ? কি কিতাপ সেইখন? আৰু যদি নোৱাৰে তেন্তে বন্ধ কোঠাৰ ভিতৰত কোনে হত্যা কৰিলে নয়নাক? নয়নাৰ হত্যাকাৰীৰ সম্ভেদ নৌপাওঁতেই কেনেকৈ মৃত্যু ঘটিল শ্বাশ্বত, শশাংক আৰু সিহঁতৰ মাতৃৰ? সঁচাকৈয়ে পৃথিৱীত আছে নে আলৌকিক কিবা শক্তি? নে অন্য কিবা?এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ ভৌতিক উপন্যাস 'দহনত মৃত্যু ভয়ঙ্কৰ'
Browse By Category
[Assamese] - Dohonot mrityu bhoyonkor

[Assamese] - Dohonot mrityu bhoyonkor

Author: ৰঞ্জু হাজৰিকা
Read by: তৰুণ গগৈ
Listen Free Now Get any book plus
2 bonus VIP books
1 book added to cart
Subtotal
$7.99
View Cart