Get 3 audiobooks free with a 30-day Free Trial
Sign Up Free
Loading...
Welcome
Sign up
Login
Browse Books
Deals
VIP
Gifts
0
Loading...
Play Sample
[Assamese] - Hriday Ek Bigyapan
Author:
অনুৰাধা শৰ্মা পূজাৰী
Read by:
Melody Patgiri
Read
Read
Own
Own
Unabridged Audiobook
Listen Free Now
Listen free with a 30-day free trial
Choose 2 bonus VIP books
Enjoy 10,000 always free books
Add to Cart - $7.99
Remove from Cart
Give as a gift
Ratings
Book
Narrator
Release Date
May 1, 2022
Duration
4 hours 30 minutes
Summary
ভাস্বতী, এডকন ক্ৰিয়েটিভ নামৰ এডভাৰটাইজিং কোম্পানীৰ নতুন কৰ্মচাৰী। ব্যস্ত জীৱন এটা বিচাৰি ভাস্বতীয়ে কৰ্মজীৱনৰ পাতনি মেলিছিল যদিও বিজ্ঞাপন জগতখনৰ বিষয়ে ভাস্বতীৰ জ্ঞান আছিল একেবাৰে নগন্য। কিন্তু তাত ভৰি দিয়াৰ পিছত তাই যেন এখন নতুন জগতত খোজ পলালে। এখন নতুন পৃথিৱী, যিখন পৃথিৱীৰ নগ্ন ছবিয়ে কেতিয়াবা ভাস্বতীক অস্বস্তিকৰ পৰিবেশত পেলাই দিয়ে। ইফালে তাইৰ প্ৰিয় পুৰুষ প্ৰয়াগ। তাইৰ স্বামী প্ৰয়াগ যেন সলনি হৈছে দিনে দিনে। কি হৈছে কিয় হৈছে সকলো বুজি উঠে ভাস্বতীয়ে। অভিমান হয় মুহূৰ্তৰ বাবে। কিন্তু পুনৰ সম্ভালি লয় নিজক। এইখন জগততে তাই লগ পাই মায়াক, যিয়ে পেটৰ ভাত মুঠিৰ বাবে কেতিয়াবা নিজৰ ডিঙিয়ে মুখে লৈ আহিব লগা হয় কোনো কামুক বুঢ়াৰ নৃশংস চিন। লগ পাই মহুৱাক, যাৰ বিষয়ে সকলোৱে কয় চৰিত্ৰহীন বুলি। অথচ আছিল জানো মহুৱা চৰিত্ৰহীন? আৰু চিন্ময়..। চিন্ময়ৰ প্ৰতি ভাস্বতীয়ে অনুভৱ কৰিছিল নেকি কোনো এক পলত দুৰ্বলতা? কি হ'ল ভাস্বতী আৰু প্ৰয়াগৰ? জীৱনৰ প্ৰতিটো কথা জানোঁ বিজ্ঞাপন হয়? হৃদয়ৰ বিজ্ঞাপন দিব পাৰে নে? এই সকলোখিনি জানিবলৈ
ষ্টৰীটেল যোগে শুনক প্ৰথিতযশা ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস 'হৃদয় এক বিজ্ঞাপন'
Browse By Category
Literature
>
Literary Fiction
[Assamese] - Hriday Ek Bigyapan
Author:
অনুৰাধা শৰ্মা পূজাৰী
Read by:
Melody Patgiri
Add to Cart - $7.99
Remove from Cart
Listen Free Now
Get any book plus
2 bonus VIP books
1 book added to cart
[Assamese] - Hriday Ek Bigyapan...
অনুৰাধা শৰ্মা পূজাৰী
Subtotal
$7.99
View Cart
Continue Browsing
~~title~~
Back
Next
~~carousel-body~~
~~book-title~~
~~author-single-string~~
~~tag-text~~
© Copyright 2011 - 2026 Storytel Audiobooks USA LLC. All Rights Reserved.