Limited Time Offer | Get 2 Months For $1
Claim Offer
Loading...
Welcome
Sign up
Login
Browse Books
Deals
VIP
Gifts
0
Loading...
Play Sample
[Assamese] - The Immortals of Meluha
Author:
Amish Tripathi
Read by:
আৰ.জে. তৰুণ
Read
Read
Own
Own
Unabridged Audiobook
Listen Free Now
Listen free with a 30-day free trial
Choose 2 bonus VIP books
Enjoy 10,000 always free books
Add to Cart - $19.99
Remove from Cart
Give as a gift
Ratings
Book
Narrator
Release Date
October 15, 2021
Duration
17 hours 4 minutes
Summary
নৱ্য ভাৰতীয়ই ভুলকৈ সিন্ধু উপত্যকা বুলি অভিহিত কৰা সময়ৰ কথা। খ্ৰীষ্টঃপূৰ্ব ১৯০০ শতিকা। সেই কালৰ বাসিন্দাসকলে এই দেশৰ নাম দিছিল মেলুহা। বহু শতিকাৰ পূৰ্বে এই নিখুঁত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মহান নৃপতি প্ৰভু ৰামে। এইসকল আছিল সূৰ্যবংশী। সূৰ্যবংশীসকলৰ এই গৌৰৱোজ্বল সাম্ৰাজ্য আৰু ইয়াৰ শাসক সকল তেওঁলোকৰ প্ৰধান নদী সৰস্বতী ক্ৰমান্বয়ে মৃত্যুমুখী হোৱাৰ ফলত গভীৰ সংকটৰ সন্মুখীন হৈছিল। তাৰোপৰি তেওঁলোক সন্মুখীন হ'ব লগা হৈছিল পূব দিশৰ চন্দ্ৰবংশীসকলৰ ভূ-খণ্ডৰ পৰা হোৱা ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ। সেই পৰিস্থিতি আৰু বেছি ভয়াৱহ হৈছিল যেতিয়া চন্দ্ৰবংশীসকলে সমাজৰ পৰা বহিস্কৃত এচাম কুন্ধচ, দুৰ্দান্ত সামৰিক শক্তিসম্পন্ন জাতি নাগসকলৰ সৈতে লগ লাগিছিল। আনহাতে সূৰ্যবংশীসকলৰ এক পৌৰাণিক কিংবদন্তি আছিল যে যেতিয়াই দুস্কৃতিয়ে সকলোফালে চানি ধৰিব, তেতিয়াই এগৰাকী বীৰ পুৰুষৰ আৰ্বিভাৱ ঘটিব। কিন্তু অসম্পূৰ্ণ ৰূপৰেখাৰে অংকিত তিব্বতীয় অভিবাসী সেইজন বীৰ পুৰুষ শিৱই আছিল নে? প্ৰকৃততে তেওঁ বিচাৰিছিল নে আদৰ্শ পুৰুষ হ'বলৈ? আকস্মিকভাৱে অদৃষ্টই প্ৰেম আৰু কৰ্তব্যৰ মাজলৈ টানি অনা শিৱই সূৰ্যবংশীসকলৰ প্ৰতিশোধৰ নেতৃত্ব দি পাৰিলেনে দুস্কৃতিক বিনাশ কৰিব?
এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰখ্যাত সাহিত্যিক আমিশ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত আৰু বিপুল দেউৰীয়ে অসমীয়া ভাষান্তৰ কৰা অতিকে জনপ্ৰিয় গ্ৰন্থ শিৱ ত্ৰয়োবৃত্তৰ প্ৰথমটি খণ্ড 'দ্য ইম্মৰটেলছ অব্ মেলুহা'
Browse By Category
Fiction
[Assamese] - The Immortals of Meluha
Author:
Amish Tripathi
Read by:
আৰ.জে. তৰুণ
Add to Cart - $19.99
Remove from Cart
Listen Free Now
Get any book plus
2 bonus VIP books
1 book added to cart
[Assamese] - The Immortals of Mel...
Amish Tripathi
Subtotal
$19.99
View Cart
Continue Browsing
~~title~~
Back
Next
~~carousel-body~~
~~book-title~~
~~author-single-string~~
~~tag-text~~
© Copyright 2011 - 2026 Storytel Audiobooks USA LLC. All Rights Reserved.