Get 3 audiobooks free with a 30-day Free Trial Sign Up Free

[Assamese] - Jononi Mur Duhita


Unabridged Audiobook

Listen Free Now
  • Listen free with a 30-day free trial
  • Choose 2 bonus VIP books
  • Enjoy 10,000 always free books
Ratings
Book
Narrator
Release Date
January 15, 2022
Duration
3 hours 36 minutes
Summary
ৰঞ্জু হাজৰিকা দেৱৰ শৈশৱৰ গৃহ শিক্ষকৰ মুখত শুনা এটি সাধুৰ ওপৰত ভিত্তি কৰি লিখা 'জননী মোৰ দুহিতা ' উপন্যাসখনত থকা চৰিত্ৰসমুহত আমি বিস্বাস আৰু পৰমাত্মাৰ মিলন দেখিবলৈ পাওঁ। এটি সহজ সৰল পৰিয়ালৰ আত্মাৰ বিশ্লেষণ আৰু কিছু পৰিঘটনা এই উপন্যাসখনৰ মুল আধাৰ। দীনবাপুৰ ঈস্বৰৰ প্ৰতি থকা প্ৰবল আত্মিকতা আৰু একান্ত ভক্তিয়ে তেখেতক বহুত জটিল পৰিস্থিতিৰ মাজতো পৰম শক্তিৰ লগত বিলীন হোৱাত সহায় কৰে। জয়ন্তী হল দীনবাপুলৈ দেৱী দূৰ্গাৰ আশীৰ্বাদ। সেই জয়ন্তীক আধাৰ হিচাবেলৈ দীনবাপুক দৰ্শন দিয়ে স্বয়ং দেৱী দূৰ্গায়ে । কিছুমান কথা যুক্তি অথবা বুদ্ধিৰে বিশ্লেষণ কৰিব নোৱাৰি । উপন্যাসখন এনেকুৱা ধৰনৰ বিষয়ৰ ওপৰত আধাৰিত । ৰহস্য সাহিত্যৰ একচ্ছত্ৰী সম্ৰাট ৰঞ্জু হাজৰিকাৰ অন্যতম জনপ্ৰিয় উপন্যাস 'জননী মোৰ দুহিতা '- এইবাৰ শুনক দিবছন লাল বৰুৱাৰ কন্ঠত, একমাত্ৰ ষ্টৰীটেলত।
Listen Free Now Get any book plus
2 bonus VIP books
1 book added to cart
Subtotal
$3.99
View Cart