Limited Time Offer | Get 2 Months For $1 Claim Offer

[Assamese] - Kojola kuwolir jontrona


Unabridged Audiobook

Listen Free Now
  • Listen free with a 30-day free trial
  • Choose 2 bonus VIP books
  • Enjoy 10,000 always free books
Ratings
Book
Narrator
Release Date
March 4, 2023
Duration
4 hours 8 minutes
Summary
অসমীয়া সাহিত্যৰ ৰহস্যসম্ৰাট ৰঞ্জু হাজৰিকা। তেখেতৰ প্ৰায়খিনি গ্ৰন্থতেই সততে দেখা যায় ৰহস্যৰ প্ৰয়োভৰ। তেনে এখনি গ্ৰন্থ 'কজলা কুঁৱলীৰ যন্ত্ৰণা'। কাহিনী গতি কৰিছে দুটা পৃথক ধৰণে। ৰিপুৰ বশৰ্ৱতী হৈ নিজৰে সম্পত্তিবোৰৰ অনিৰাপত্তা বুলি ধৰি লৈ জীৱন যাপন কৰা এজন লোক ইন্দ্ৰজিৎ দত্তৰ কাহিনী।
আনটো কাহিনী নিৰ্ধাৰিত লিপ্সাই কোঙা কৰা ডা° বিজয় চৌধুৰীৰ জীৱনৰ আধাৰত।

এই সকলোবোৰ জানিবৰ বাবে আপোনালোকে শুনিব লাগিব 'ষ্টৰীটেল'ত উপলব্ধ ৰঞ্জু হাজৰিকাৰ উপন্যাস 'কজলা কুঁৱলীৰ যন্ত্ৰণা'। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।
[Assamese] - Kojola kuwolir jontrona

[Assamese] - Kojola kuwolir jontrona

Author: ৰঞ্জু হাজৰিকা
Read by: পাপলু চেতিয়া
Listen Free Now Get any book plus
2 bonus VIP books
1 book added to cart
Subtotal
$7.99
View Cart