Limited Time Offer | Get 2 Months For $1
Claim Offer
Loading...
Welcome
Sign up
Login
Browse Books
Deals
VIP
Gifts
0
Loading...
Play Sample
[Assamese] - Kolongkito nayok
Author:
ৰঞ্জু হাজৰিকা
Read by:
দেবাংগ পল্লৱ শইকীয়া
Read
Read
Own
Own
Unabridged Audiobook
Listen Free Now
Listen free with a 30-day free trial
Choose 2 bonus VIP books
Enjoy 10,000 always free books
Add to Cart - $7.99
Remove from Cart
Give as a gift
Ratings
Book
Narrator
Release Date
May 19, 2022
Duration
4 hours 0 minutes
Summary
চহৰৰ মাজ মজিয়াত এখন টেক্সিৰ ভিতৰত উদ্ধাৰ হয় এগৰাকী নাৰীৰ মৃতদেহ। সেই নাৰীৰ নাম অনুৰাধা দাস। গ্ৰেপ্তাৰ হয় টেক্সি চালক বীৰেন্দ্ৰ গগৈ। অথচ বীৰেন্দ্ৰ গগৈয়ে কয় সেই হত্যা তেওঁ কৰা নাই। সেই হত্যাৰ পম খেদি পুলিচ বাহিনী আৰু চৰকাৰী ডিটেকটিভ দেৱজিত ফুকনে খবৰ পাই এক বিৰাট চোৰাং সোণৰ কাৰবাৰৰ আৰু তাৰ সন্ধানত নামি পৰে তেওঁলোক। আনহাতে সেই একে হত্যাৰ পম খেদি প্ৰাইভেট ডিটেকটিভ পবিত্ৰ লহকৰ আৰু সহযোগী ড০ অমলকৃষ্ণ হাজৰিকা লগ হয় তেওঁলোকৰ। টেক্সি চালক বীৰেন্দ্ৰ গগৈৰ পৰা অনুৰাধাৰ হত্যাকাৰীৰ নাম যে বাসু সেই কথা সন্দেহ কৰে পবিত্ৰ লহকৰে। কিন্তু কোন এই বাসু? অনুৰাধাৰ সৈতে চিনাকি মানুহৰ খবৰ লওঁতে কমেও চাৰি-পাঁচ জনৰ নাম বাসু বুলি ভবাৰ থল ৰৈ গৈছে। তেনেস্থলত অনুৰাধাই কাক বাসু বুলি মাতিছিল? আৰু অনুৰাধাক হত্যা কৰাৰ কাৰণেই বা কি আছিল?
এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস 'কলংকিত নায়ক'।
Browse By Category
Fiction
[Assamese] - Kolongkito nayok
Author:
ৰঞ্জু হাজৰিকা
Read by:
দেবাংগ পল্লৱ শইকীয়া
Add to Cart - $7.99
Remove from Cart
Listen Free Now
Get any book plus
2 bonus VIP books
1 book added to cart
[Assamese] - Kolongkito nayok...
ৰঞ্জু হাজৰিকা
Subtotal
$7.99
View Cart
Continue Browsing
~~title~~
Back
Next
~~carousel-body~~
~~book-title~~
~~author-single-string~~
~~tag-text~~
© Copyright 2011 - 2026 Storytel Audiobooks USA LLC. All Rights Reserved.