Get 3 audiobooks free with a 30-day Free Trial Sign Up Free

[Assamese] - Mrityunjayi Bharat


Unabridged Audiobook

Listen Free Now
  • Listen free with a 30-day free trial
  • Choose 2 bonus VIP books
  • Enjoy 10,000 always free books
Ratings
Book
Narrator
Release Date
February 14, 2022
Duration
5 hours 50 minutes
Summary
মৃতুঞ্জয়ী ভাৰত' হৈছে আমিশ ত্ৰিপাঠীৰ জনপ্ৰিয় গ্ৰন্থ 'ইম্মৰটেল ইণ্ডিয়াৰ' অসমীয়া সংস্কৰণ য'ত তেওঁ প্ৰাচীন ভাৰতীয় ইতিহাসৰ বহুতো তথ্যৰ লগতে বিশ্ব ইতিহাসৰ বিষয়েও উল্লেখ কৰিছে।এই গ্ৰন্থখনত তেওঁৰ অন্যান্য গ্ৰন্থ.. যেনে- শিৱ ত্ৰিল'জী, ৰাম ত্ৰিল'জী, চোহেল দেৱ, ধৰ্ম ইত্যাদি গ্ৰন্থক লৈ পাঠকৰ মনত উদ্ৰেক হোৱা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে লগতে তেওঁ কেনেদৰে আৰু কি পৰিস্থিতিত বেংকৰ চাকৰি বাদ দি সাহিত্য জগতলৈ যাত্ৰা কৰিলে আৰু এই গ্ৰন্থত উল্লেখিত তিনি গৰাকী মহিলাই কি দৰে এই ক্ষেত্ৰত তেওঁক সহায় কৰিলে সেই বিষয়েও জনাইছে।তেওঁ প্ৰাচীন ভাৰত আৰু আধুনিক ভাৰতৰ গুণ-দোষ,ত্ৰুটি-পাৰ্থক্য সমূহ খুব সুন্দৰভাৱে অংকন কৰিছে এই গ্ৰন্থখনত,লগতে সেই আসোঁৱাহ সমূহ দূৰ কৰিবলৈ আজিৰ যুৱ-প্ৰজন্মই কৰিবলগীয়া কৰণীয়খিনিও আঙুলিয়াই দিছে।তেওঁ আধুনিক ভাৰতৰ যুৱ-প্ৰজন্মৰ সৎ মানসিকতাকো শলাগিছে। এনে আৰু বহুতো আমোদজনক তথ্যৰ বিষয়ে জানিবলৈ শুনক আমিশ ত্ৰিপাঠীৰ জনপ্ৰিয় গ্ৰন্থ 'ইম্মৰটেল ইণ্ডিয়া'ৰ অসমীয়া সংস্কৰণ 'মৃতুঞ্জয়ী ভাৰত'।
[Assamese] - Mrityunjayi Bharat

[Assamese] - Mrityunjayi Bharat

Author: আমিশ ত্ৰিপাঠী
Read by: বাদল সিন্হা
Listen Free Now Get any book plus
2 bonus VIP books
1 book added to cart
Subtotal
$7.99
View Cart