Get 3 audiobooks free with a 30-day Free Trial Sign Up Free

[Assamese] - Puwotir Jonak Aru Ek Cup Saah


Unabridged Audiobook

Listen Free Now
  • Listen free with a 30-day free trial
  • Choose 2 bonus VIP books
  • Enjoy 10,000 always free books
Ratings
Book
Narrator
Release Date
October 19, 2021
Duration
0 hours 15 minutes
Summary
দীঘল চুলিৰ বিন্দাচ ল'ৰাটোৰ নাম জোনাক। কেতিয়াও প্ৰেম বোলা বস্তুটোৰ কাষ নচপা, প্ৰেমৰ পৰা দুৰতে থকা ভাল বুলি ভবা, লগৰবোৰে 'বাবা' নাম দিয়া জোনাক শইকীয়া পিছে এদিন প্ৰেমত পৰে কেকুঁৰা চুলিৰ জাধলী ছোৱালী পুৱতিৰ। প্ৰেম মানে গেহৰা প্ৰেম! কিন্তু পুৱতিৰ জীৱনটো জানো সি দেখাৰ দৰে সহজ? জোনাকৰ এই পগলা প্ৰেমৰ কথা কাহানিবা পুৱতিয়ে জানিব নে? হবগৈ জানো সি তাৰ পুৱতিৰ জোনাক! জানিবলৈ শুনক ষ্টৰীটেল অৰিজিনেলে বিশেষভাৱে আগবঢ়োৱা অডিঅ' প্ৰেমৰ গল্প 'পুৱতিৰ জোনাক আৰু একাপ চাহ', জনপ্ৰিয় অভিনয় শিল্পী কমল লোচন আৰু গীতিকাৰ, কণ্ঠশিল্পী মৈত্ৰেয়ী পাটৰৰ কণ্ঠত। এই নিটোল কাহিনীটো লিখিছে বৰ্তমান সময়ৰ অতিকৈ সমাদৃত কথাশিল্পী, 'অৰ্ণৱ, আস্থা আৰু JEC' খ্যাত ইন্দ্ৰাণী শৰ্মাই।
Browse By Category
[Assamese] - Puwotir Jonak Aru Ek Cup Saah

[Assamese] - Puwotir Jonak Aru Ek Cup Saah

Author: Indranee Sharma
Read by: তৰুণ গগৈ
Listen Free Now Get any book plus
2 bonus VIP books
1 book added to cart
Subtotal
$3.99
View Cart