Limited Time Offer | Get 2 Months For $1 Claim Offer

[Assamese] - Tezor Obhixaar

Read by:
Aichengfa Baruah
Read Read Own Own

Unabridged Audiobook

Listen Free Now
  • Listen free with a 30-day free trial
  • Choose 2 bonus VIP books
  • Enjoy 10,000 always free books
Ratings
Book
Narrator
Release Date
September 1, 2022
Duration
3 hours 22 minutes
Summary
লেখক ৰঞ্জু হাজৰিকাদেৱৰ সুন্দৰ সৃষ্টি 'তেজৰ অভিসাৰ', দুখন উপন্যাসৰ সমষ্টি 'মৃত্যু অভিসাৰ' আৰু 'ক্ষুধিত সৰীসৃপ'। ডিটেক্টিভ কাহিনীৰ পাততেই কেৱল ৰহস্য আবদ্ধ নহয়, ৰহস্য সৰ্বত্ৰ। বিশ্বজগত, মহাকাশ সকলোতেই আছে ৰহস্য।
লেখকৰ এই উপন্যাসখনিৰ কাহিনী দুটি বিজ্ঞাননিৰ্ভৰ। একে আষাৰে কল্পবিজ্ঞান আখ্যা নিদি হ'ৰৰ উপন্যাস বুলিও ক'ব পাৰি। কাহিনী দুটি সম্পূৰ্ণ কল্পনাপ্ৰসূত। আৰু এই উপন্যাসখনিৰ কাহিনী দুটিৰ বিষয়বস্তু হৈছে প্ৰাগ্ঐতিহাসিক যুগৰ এক বিশাল আকাৰৰ জীৱ।
শিহৰণ-শংকা-উদ্বেগ-উত্কণ্ঠাভৰা ৰহস্যকেন্দ্ৰিক উপন্যাস দুখনে পাঠকক আমোদ দিব বুলি আশা কৰিলোঁ। গতিকে আজিয়েই 'ষ্টৰীটেল অসমীয়া'ত উপলব্ধ এই উপন্যাসখনি মোৰ সতে শুনোঁ আহকছোন।
Browse By Category
[Assamese] - Tezor Obhixaar

[Assamese] - Tezor Obhixaar

Author: ৰঞ্জু হাজৰিকা
Read by: Aichengfa Baruah
Listen Free Now Get any book plus
2 bonus VIP books
1 book added to cart
Subtotal
$3.99
View Cart